skip to Main Content

শিক্ষা বিভাগত বৃহৎ সালসলনি

Education Department

কেবিনেটত শিক্ষা বিভাগক লৈ বৃহৎ সালসলনি। চৰকাৰী বিদ্যালয়ত নাথাকিব ল’ৰা আৰু ছোৱালীৰ পৃথক বিদ্যালয়। তাৰোপৰি তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু ইংৰাজী বিষয় ইংৰাজী মাধ্যমত অধ্যয়ন কৰিবলৈ লাগিব।

Back To Top