শিক্ষা বিভাগৰ নতুনকৈ দুটা এপ মুকলি July 26, 2022 News Network Education 0 Comments আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে SEBA ৰ দুটাকৈ এপ মুকলি কৰে। তাৰেই এটা এপ’ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে স্পকেন ইংলিছৰ পাঠদান গ্ৰহণ কৰিবলৈ পাৰিব। আৰু আনটো এপ’ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে ডুপ্লিকেট মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট গ্ৰহণ কৰিবলৈ পাৰিব। Share This Tweet Share Share Email News Network Related Posts জাতীয় পতাকা উত্তোলন নকৰিলে মাদ্ৰাছা বন্ধ কৰাৰ হুংকাৰ Representative Image মাদ্ৰাছাত জাতীয় পতাকা উত্তোলন নকৰিলে মাদ্ৰাছা বন্ধ কৰি দিয়াৰ হুংকাৰ। এই হুংকাৰ অসমৰ… বিদ্যালয় গৃহৰ বাহিৰত প্ৰাৰ্থনা বন্ধ ৰাজ্যৰ শিক্ষা বিভাগৰ এক নতুন সিদ্ধান্ত। এতিয়াৰ পৰা বিদ্যালয় গৃহৰ বাহিৰত পুৱাৰ প্ৰাৰ্থনা কৰা বন্ধ।… The first drone school of northeast Representative Image The northeast has got its first remote pilot training school in Guwahati, as… This Post Has 0 Comments Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Name * Email * Website Comment * Δ
জাতীয় পতাকা উত্তোলন নকৰিলে মাদ্ৰাছা বন্ধ কৰাৰ হুংকাৰ Representative Image মাদ্ৰাছাত জাতীয় পতাকা উত্তোলন নকৰিলে মাদ্ৰাছা বন্ধ কৰি দিয়াৰ হুংকাৰ। এই হুংকাৰ অসমৰ…
বিদ্যালয় গৃহৰ বাহিৰত প্ৰাৰ্থনা বন্ধ ৰাজ্যৰ শিক্ষা বিভাগৰ এক নতুন সিদ্ধান্ত। এতিয়াৰ পৰা বিদ্যালয় গৃহৰ বাহিৰত পুৱাৰ প্ৰাৰ্থনা কৰা বন্ধ।…
The first drone school of northeast Representative Image The northeast has got its first remote pilot training school in Guwahati, as…
This Post Has 0 Comments