skip to Main Content

শিক্ষা বিভাগৰ নতুনকৈ দুটা এপ মুকলি

Apps

আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে SEBA ৰ দুটাকৈ এপ মুকলি কৰে। তাৰেই এটা এপ’ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে স্পকেন ইংলিছৰ পাঠদান গ্ৰহণ কৰিবলৈ পাৰিব। আৰু আনটো এপ’ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে ডুপ্লিকেট মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট গ্ৰহণ কৰিবলৈ পাৰিব।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published.

Back To Top