The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
শিৱসাগৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অখিল গগৈৰ সাক্ষাত
আজি শিৱসাগৰত অখিল গগৈয়ে সাক্ষাত্ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। সাক্ষাতৰ সময়ত অখিল গগৈৰ লগতে উপস্থিত থাকে ৰাইজৰ দলৰ কেইবাজনো বিষয়ববীয়া। আনকি শিৱসাগৰ সমষ্টিৰ বাবে শেহতীয়াকৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেইখনমান আঁচনিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদো জনাই শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে।