Assam State Zoo and Botanical Garden here got two zebras on Monday, thanks to Mysore…
শ্বেৰমান আলী জেললৈ যাব লাগিব : হিমন্ত
কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ দাবী জনোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে,
” শংকৰদেৱ কলাক্ষেত্ৰত লুঙি থোৱাৰ কথা কোৱা শ্বেৰমান আলী জে’ললৈ যাব লাগিব।২১ৰ নিৰ্বাচনত পুনৰ বিজেপি চৰকাৰ আহিলে কলাক্ষেত্ৰত নীলা লুঙী ৰাখিবলৈ কোৱা অপৰাধত জে’ললৈ নিক্ষেপ কৰা হ’ব বিধায়ক শ্বেৰমানক৷