skip to Main Content

সমগ্ৰ ভাৰতত এপল’ হাস্পতালে প্ৰতিদিনে যোগান ধৰিব ১০ লাখ ক’ভিড ভেকচিন

আহিবলগীয়া দিনবোৰত এপল’ হাস্পতালে সমগ্ৰ ভাৰতত প্ৰতিদিনে যোগান ধৰিব ১০ লাখ পৰ্যন্ত ক’ভিড ভেকচিন। ইতিমধ্যে হাস্পতালখনে ১৯ বিধ দৰৱ প্ৰায় ৭০খন হাস্পতাল , ৪০০ ক্লিনিক, ৫০০ স্বাস্হ্য কেন্দ্ৰ আৰু ৪০০০ ফাৰ্মাচিলৈ প্ৰেৰণ কৰে। হাস্পতাল কৰ্তৃপক্ষই জনায় যে স্বাস্হ্য সেৱাৰ বাবে ১০০০০ এপল’ কৰ্মীক উপযুক্ত প্ৰশিক্ষণৰো ব্যৱস্হা কৰা হৈছে। দেশবাসীয়ে ইতিমধ্যে কৰুনাৰ ভেকচিনৰ বাবে অধীৰ অপেক্ষাৰে বাট চাই আছে। সেয়েহে তেওঁলোকে ইয়াৰ বাবে বিশেষ ব্যৱস্হা কৰিব বুলি প্ৰকাশ কৰে।

Back To Top