skip to Main Content

সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুক লৈ প্ৰতিবাদ


তিনিচুকীয়াৰ কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্য জনক মৃত্যুৰ পিছত উত্তেজনা বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যতে। শুকুৰবাৰে যুৱ কংগ্ৰেছে মহানগৰীৰ উলুবাৰীৰ উৰণীয়া সেতুৰ তলত প্ৰতিবাদ সাব্যস্ত কৰে। ইতিমধ্যে সকলোৱে পৰাগ ভূঞাৰ মৃত্যুৰ উচিত তদন্ত বিচাৰিছে।

Back To Top