skip to Main Content

সাহসিকতাৰ বঁটা উভতাই দিব আৰক্ষী বিষয়াই


মণিপুৰৰ আৰক্ষী বিষয়া থাওনাওজাম বৃন্দাই সাহসিকতাৰ বাবে মুখ্য মন্ত্ৰীৰ পৰা লাভ কৰা পদক ওভতাই দিব চৰকাৰক।২০১৮ চনত ড্ৰাগছৰ লগত জড়িত তেওঁ গ্ৰেপ্তাৰ কৰা সাতজন লোকক ইম্ফলৰ বিশেষ আদালতে মুকলি কৰি দিয়াৰ বাবেই এনে সিন্ধান্ত গ্ৰহণ কৰিছে।

Back To Top