Coming as a sigh of relief for the people of Guwahati, the Guwahati Jal Board…
সুৰাসক্ত মহিলাৰ তালিকাত অসম প্ৰথম৷
অসমৰ যুৱক তথা পুৰুষেই যদি সুৰা সেৱন কৰে বুলি ভাৱিছে তেন্তে সেয়া ভুল৷কিয়নো অসমৰ মহিলায়ো এতিয়া সুৰা সেৱনৰ ক্ষেত্ৰত পুৰুষৰ সমানে আগবাঢ়িছে৷অকল সমানে সমানে আগবঢ়াই নহয় বৰ্তমান সুৰা সেৱনৰ ক্ষেত্ৰত অসমৰ মহিলাই দেশত ৰেকৰ্ড সৃষ্টি কৰিলে৷ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ৰ এক জৰিপত এই কথা প্ৰকাশ পাইছে৷২০১৯-২০ ৰ এই জৰিপৰ তথ্যমতে অসমৰ ২৬.৩%মহিলাই সুৰা সেৱনেৰ দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে৷