skip to Main Content

সুৰা সম্ৰাট বিজয় মালিয়াৰ পৰা ৩,৬০০ কোটি টকা উদ্ধাৰ

কোটি টকা উদ্ধাৰ হ’ল যদিও বৰ্তমানেও ১১ হাজাৰ কোটি টকা উদ্ধাৰ কৰিবলৈ বাকী আছে । আজি এই কথা উচ্চতম ন্যায়লয়ক জনাই ষ্টেট বেংকৰ নেতৃত্বত থকা বেংক সমূহৰ কনচৰটিয়ামৰ অধিবক্তা মুকুল ৰোহত্যাগীয়ে ।

উল্লেখ্য যে আজি দেশৰ উচ্চতম ন্যায়ালয়ে সুৰা সম্ৰাট বিজয় মালিয়াৰ ইউনাইটেড ব্রিওয়াৰিজ হোল্ডিংছ লিমিটেড (ইউবিএইচএল)য়ে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এটা ৰায়দানৰ প্ৰত্যাহ্বান জনাই কৰা আবেদন খাৰিজ কৰে।

কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত দিয়া এটা ৰায়দান অনুসৰি ইউবিএইচএলৰ মুঠ ধাৰৰ সংখ্যা হল প্ৰায় ৭ হাজাৰ কোটি টকা ।

Back To Top