The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
সোমবাৰে দৰং জিলাত ড্ৰাই দে’ ঘোষণা
দৰং জিলা প্ৰশাসনে সোমবাৰৰ দিনটো ড্ৰাই দে’ ঘোষণা কৰিছে। উল্লেখযোগ্য যে বিজয়া দশমীৰ দিনটো অপ্ৰীতিকৰ নকৰাৰ উদ্দেশ্য এনে কৰা হৈছে বুলি প্ৰশাসনে জানিব দিছে। ইয়াৰ দ্বাৰা শান্তি ৰক্ষা হ’ব বুলি প্ৰশাসনে আশা কৰিছে। আনহাতে এই সময়ত মাদক দ্ৰব্যৰ দোকান সমূহ বন্ধ থাকিব। প্ৰতিখন পূজাত মাত্ৰ ১০ জন ব্যক্তিয়ে পূজাত অংশ ল’ব পাৰিব বুলি প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে।