skip to Main Content

সোমবাৰে ৰাজ্যিক ভিত্তিত ৰাষ্ট্রীয় প্ৰেছ দিৱস উদযাপন


সোমবাৰে শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত ৰাজ্যিক ভিত্তিত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগতে মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী আৰু পদ্মশ্ৰী এলি আহমেদ। তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় উক্ত অনুষ্ঠান ।

Back To Top