Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
সৌমিত্ৰ চট্টোপাধ্যায় মৃত্যু
বাংলা চলচ্চিত্ৰৰ বিশিষ্ট তাৰকা সৌমিত্ৰ চট্টোপাধ্যায়ৰ ৰবিবাৰে মৃত্যু হয়।
২০১২ চনত দাদা চাহেব ফাল্কে বঁটাবিজয়ী সৌমিত্ৰ চট্টোপাধ্যায় একেধাৰে লেখক , কবি, নাট্যকৰ, আবৃত্তিকাৰ আছিল। দীৰ্ঘ দিন ধৰি তেওঁ কৰুণা আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল আৰু শেষত ৮৫ বছৰত কলিকতাৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।