skip to Main Content

স্থানান্তৰ হ’ব কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় স্থানান্তৰ কৰাৰ যো-জা আৰম্ভ। ইতিমধ্যে উপায়ুক্ত কাৰ্যালয়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ শাখা হেঙেৰাবাৰী খাদী হাটলৈ স্থানান্তৰ কৰা হৈছে। ৰূপ নগৰত স্থাপন হ’ব উপায়ুক্তৰ নতুন কাৰ্যালয়।

Back To Top