বাতিল নহয় বিহুৰ পাঠ্যক্ৰম।পাঠ্যক্ৰমত থাকিব স্বদেশ অধ্যয়নো।শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাইৰ মন্তব্য।আছু-শিক্ষা সংসদৰ সম্পূৰ্ণ হ'ল…
স্বেচ্ছাৰে অৱসৰ গ্ৰহণ জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ
গুৱাহাটী মহানগৰীৰ প্ৰথম আৰক্ষী আয়ুক্ত জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে স্বেচ্ছাৰে দেওবাৰে অৱসৰ অৱসৰ গ্ৰহণ কৰে। ফেচবুকত আৱেগিক পোষ্ট দি জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ প্ৰতিজ্ঞা ব্যক্তিগতভাৱে কৰি যাব দেশ আৰু সমাজৰ সেৱা। একাগ্ৰতা আৰু নিষ্ঠাৰে ছাত্ৰ জীৱনৰ পৰিচয় দিয়া বিষয়াজনে কৰ্মজীৱনত পৰিচয় দিছিল সততা আৰু দক্ষতা। বৃহৎ জনসংযোগ কেলংকাৰীৰ নিখুত তদন্ত আগবঢ়াইছিল জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে।