skip to Main Content


সৰুসজাইত মুকলি কৰা হ’ল নতুন ক’ভিড হাস্পতাল। মুকলি কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত আছিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। DRDO আৰু NHMক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে। ১০০ খন ICU বেড আৰু ২০০ খন অক্সিজেন যুক্ত বেডৰ সংযোজন কৰা হৈছে হাস্পতালখনত। হাস্পতালখনত থাকিব ১২০ গৰাকী নাৰ্চ আৰু ৬০ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। হাস্পতালখনত থাকিব ৩০ গৰাকী MBBS ডাক্তৰ। এই নতুন হাস্পতালখন ৫ বছৰৰ বাবে সাজু কৰা হৈছে।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top