skip to Main Content

সৰ্ব্বভাৰতীয় গৃহৰক্ষী কল্যাণ সন্থাৰ ধৰ্ণা

এন.এন ব্যুৰো, ৬ মাৰ্চঃ আজি দিছপুৰ লাষ্টগেটত সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাই এক গণ অৱস্থান ধৰ্ণা কাৰ্য্যসূচী ৰুপায়ন কৰে। তেওঁলোকে কিছু দাবী লৈ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে। গৃহৰক্ষী সকলৰ চাকৰী নিয়মীয়া কৰা, নতুন পদৰ সংখ্যা বৃদ্ধি কৰা, পেঞ্চণৰ ব্যৱস্থা কৰা, মহিলাসকলৰ প্ৰসূতি ছুটি মঞ্জুৰ কৰা আদি দাবী সন্থাই স্মাৰকপত্ৰখনত সন্নিবিষ্ট কৰিছে।

Back To Top