The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
হঠাত্ সুস্হ হৈ উঠিছে অখিল গগৈ
এন.এন ব্যুৰো, ১১ মাৰ্চঃ হঠাত্ সুস্হ হৈ উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ। আজি জিএমচিএইচত চিকিত্সাৰ বাবে অনা হল নেতাগৰাকীক।কাৰাগাৰত খাদ্যৰ অভাৱৰ বাবে অসুস্হ হৈ পৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে অখিল গগৈয়ে; লগতে ন্যায়ালয়ৰ নিৰ্দেশ,সংবাদ মাধ্যমৰ হেঁচা আৰু জনসাধাৰণৰ দাবীৰ বাবে এই চিকিত্সা সম্ভৱ হোৱা বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰোপৰি আগন্তুক সময়ত ঐক্যবদ্ধ আন্দোলনৰ আহ্বান জনায় নেতাগৰাকীয়ে।