skip to Main Content

হঠাৎ অসুস্থ জুবিন গাৰ্গ

  • Assam

এন.এন ব্যুৰো,২৮ ফ্ৰেব্ৰুৱাৰীঃ হঠাৎ শাৰীৰীকভাবে অসুস্থ হৈ পৰিছে যুবপ্ৰজন্মৰ হাৰ্থথ্ৰব জুবিন গাৰ্গ। গুৱাহাটী টাউন ক্লাবত এক অনুষ্ঠানত অসুস্থ হৈ পৰিছে শিল্পিগৰাকী। এই বাতৰি লিখাৰ সময়লৈকে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি হৈ আছে জুবিন গাৰ্গ।

Back To Top