In a tragic incident a student of class 11 was killed in a hit-and-run accident…
হিমন্তৰ দাবী বিটিচিত পৰিষদ গঠন কৰিব বিজেপিয়ে৷
অহা ১৫ডিচেম্বৰত বিটিচি পৰিষদ গঠন কৰিব বিজেপিয়ে৷ এই দাবী বিত্তমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ৷শুক্ৰবাৰে মাজবাটত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অহা ১৫ডিচেম্বৰত বিটিএডিত পৰিষদ বিজেপিয়ে পৰিষদ গঠন কৰিব বুলি দাবী কৰিলে৷তেওঁ সদম্ভে ঘোষণা কৰিলে যে এইবাৰ কোকোৰাঝাৰত বিপিএফক পৰাভূত কৰি বিজেপিয়ে বিটিচি দখল কৰিব৷লগতে উল্লেখ কৰে যে ১৫ডিচেম্বৰত এজন বিজেপিৰ প্ৰাৰ্থীয়ে মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত লব৷মন্ত্ৰী ডঃশৰ্মাই লগতে কয় যে বিটিএডিত এতিয়া আৰু হাগ্ৰামাৰ টেঙা আম কোনেও নেখাই বিজেপিৰ মিঠা আমহে খাৱ৷