The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
হিমন্ত বিশ্ব শৰ্মাৰ ভূমিপট্টা বিতৰণ
অসমৰ স্বাস্হ্য , শিক্ষা তথা বিত্ত মন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে আমিনগাৱত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত অসমৰ আৰ্থ সামাজিক উন্নয়নৰ লক্ষ্যৰে ভূমিহীন খিলঞ্জীয়া হিতাধীকাৰীলৈ ভূমিপট্টা আৰু আবন্টন পত্ৰ বিতৰণ কৰে। ইয়াৰ লগতে গ্ৰাম্য পৰিবহণ আঁচনিৰ অধীনত লঘু যান বাহন প্ৰদানৰ লগতে ৰেচন কাৰ্ডো বিতৰণ কৰে।