The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
হৰধন ৰায়লৈ মুখ্য মন্ত্ৰীৰ শোক বাৰ্তা
অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে হৰধন ৰায়লৈ গভীৰ শোক প্ৰকাশ কৰি কয় যে হৰধন ৰায়ৰ সাহস, ত্যাগ আৰু ৰাষ্ট্ৰৰ প্ৰতি থকা দায়বদ্ধতা অনাগত প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব। মুখ্য মন্ত্ৰীয়ে আন শ্বহীদ সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। হৰধন ৰায়ৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনায়।