skip to Main Content

১৩ জানুৱাৰীৰ পৰা ভাৰতত টীকাকৰণ

কেন্দ্ৰীয় স্বাস্হ্য মন্ত্ৰালয়ৰ সচিব ৰাজেশ ভূষণে প্ৰকাশ কৰে যে দেশত ১৩ বা ১৪ জানুবাৰীৰ পৰা ক’ৰুণাৰ টীকাকৰণ আৰম্ভ কৰাৰ সম্ভাৱনা আছে। ক’ৰুণা যোদ্ধাই ইয়াৰ বাবে কৱিন এপত নিজৰ নাম পঞ্জীয়ন নকৰিলেও হ’ব। কিন্তু বাকীসকলে নাম পঞ্জীয়ন কৰিব লাগিব।

Back To Top