The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
১৫ ডিচেম্বৰৰ পূৰ্বে বিটিচি নিৰ্বাচন
বিত্ত,স্বাস্হ্য আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ১৫ ডিচেম্বৰৰ পূৰ্বে বিটিচি নিৰ্বাচন সমাপ্ত হ’ব। মন্ত্ৰী গৰাকীয়ে কয় যে ইতিমধ্যে বিটিআৰত তেওঁলোকে বহুত কাম কৰিছে। যিহেতু কেন্দ্ৰত থকা চৰকাৰখনেই ৰাজ্যত আছে সেয়েহে আৰু বহুতো কাম সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তা আছে। সেয়ে তেওঁলোকৰ লক্ষ্য হৈছে কোকৰাঝাৰতো বিজেপি চৰকাৰ গঠন কৰা। বিটিআৰত ইতিমধ্যে বিজেপি চৰকাৰ গঠন কৰিবলৈ তেওঁলোকে প্ৰস্ত্তত হৈছে।