skip to Main Content

১৫ নৱেম্বৰৰ ভিতৰত বিটিচি নিৰ্বাচনৰ দিন ঘোষণা


প্ৰাপ্ত তথ্য অনুসৰি ১৫ নৱেম্বৰৰ ভিতৰত অৰ্থাৎ ১৬ নৱেম্বৰ সোমবাৰে ঘোষণা কৰা হ’ব আগন্তুক বিটিচি নিৰ্বাচনৰ দিন। অসম নিৰ্বাচন আয়োগ তথ্য মতে ৪০ খন আসনৰ বাবে হোৱা বিটিচি নিৰ্বাচন ৪ এপ্ৰিলত অনুষ্ঠিত হৈ ৮ এপ্ৰিলত ফলাফল ঘোষণা কৰা হ’ব। ইতিমধ্যে বিটিচিত পূৰ্ণ গতিত চলিছে নিৰ্বাচনী প্ৰচাৰ ।

Back To Top