skip to Main Content

১ ডিচেম্বৰৰ পৰা পুনৰ মুকলি অসম ৰাজ্যিক চিৰিয়াখানা


১ ডিচেম্বৰৰ পৰা পুনৰ মুকলি কৰা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা । পুৱা ৮ ৰ পৰা ১১ বজালৈ আৰু বিয়লি ১ ৰ পৰা ৪ বজালৈ মুকলি থাকিব চিৰিয়াখানা । প্ৰতি ঘন্টাত ১৫০ জনকৈ লোক প্ৰৱেশ কৰিব পাৰিব চিৰিয়াখানাত। মাস্ক বাধ্যতামূলক হোৱাৰ উপৰিও গৰ্ভৱতী মহিলা, ৬৫ ৰ উৰ্ধৰ ব্যক্তি আৰু ১০ বছৰৰ তলৰ শিশুৰ প্ৰৱেশত বাধা আৰোপ কৰিছে কৰ্তৃপক্ষই।

Back To Top