IETT bus on Istanbul Bahçelievler D-100 entered the stop. One of the passengers waiting at…
২০২০ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা মুঠ তিনিজন ব্যক্তিক দুটাকৈ গৱেষণাৰ বাবে দিয়া হৈছে
২০২০ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা মুঠ তিনিজন ব্যক্তিক দুটাকৈ গৱেষণাৰ বাবে দিয়া হৈছে ।
ৰ’জাৰ পেনৰ’জক এলবাৰ্ট আইনষ্টাইনৰ আপেক্ষিকতাৰ সূত্ৰক সৰল গাণিতিক পদ্ধতিৰ জৰিয়তে অন্বেষণ কৰা বাবে এইবছৰৰ নোবেল বঁটা দিয়া হৈছে।
তদুপৰি ৰেইনহার্ড গেঞ্জেল আৰু আন্দ্রেয়া গেজে অদৃশ্য আৰু অতিশয় গধুৰ পদাৰ্থ এটাই আমাৰ তাৰকাপুঞ্জৰ কেন্দ্ৰত থাকি সকলো তৰাক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কৰা আৱিষ্কাৰৰ বাবে ২০২০ৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা দিয়া হয় ।
আন্দ্রেয়া গেজ হল পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা চতুৰ্থ গৰাকী মহিলা ।