India's railway ministry has recommended that the country's top detective agency should investigate the deadly…
২০ অক্টোবৰলৈ বৃদ্ধি ৰিয়া চক্ৰবৰ্ত্তী আৰু সৌৱিক চক্ৰবৰ্ত্তীৰ ন্যায়িক জিম্মাৰ দিন৷
২০ অক্টোবৰলৈ বৃদ্ধি ৰিয়া চক্ৰবৰ্ত্তী আৰু সৌৱিক চক্ৰবৰ্ত্তীৰ ন্যায়িক জিম্মাৰ দিন৷
অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলিউদত চলি থকা ড্ৰাগছ কেলেংকাৰীত শেহতীয়াকৈ জড়িত হৈ পৰিছে ৰিয়া চক্ৰৱৰ্তীয় আৰু সৌবিক চক্ৰৱৰ্তী৷ ইতিমধ্যে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাত জড়িত থকাৰ অভিযোগো উঠিছে ৰিয়া চক্ৰবৰ্ত্তীৰ ওপৰত৷ৰিয়া চক্ৰৱৰ্তীয়ে মুম্বাইৰ নিম্ন আদালতত যি জামিন আবেদন কৰিছিল সেয়া নাকচ হোৱাৰ পিছত অভিনেত্ৰীগৰাকীৰ জেলৰ পথ প্ৰশস্ত হৈ পৰে৷ইফালে আজি অভিনেত্ৰীগৰাকীক NDPS আদালতে পুনৰ ১৪দিনৰ বাবে ন্যায়িক জিম্মাৰ দিন ৷ইতিমধ্যে ৯ চেপ্তেম্বৰতেই NCBয়ে ৰিয়া চক্ৰবৰ্ত্তীক আটক কৰিছিল৷