skip to Main Content

২১ ডিচেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি মেঘালয়


ক’ৰণাৰ বাবে দীৰ্ঘ দিন ধৰি পৰ্যটনৰ বাবে বন্ধ হৈ থকা মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰ সমূহ অহা ২১ ডিচেম্বৰৰ পৰা মুকলি কৰা হ’ব। মুখ্য মন্ত্ৰী কনৰাড চাংমাই টুইটযোগে সদৰী কৰে মেঘালয়ত প্ৰৱেশৰ সকলো পইন্ট মুকলি কৰা হ’ব ২১ ডিচেম্বৰৰ পৰা।

Back To Top