The carcass of a one-horned rhinoceros, allegedly killed by poachers, was detected by the forest…
‘২১’ ত ও অসমত বিজেপি চৰকাৰঃ দাবী ৰাম মাধৱৰ
এন.এন ব্যুৰো ৮ মাৰ্চঃ ‘২০২১’ ত ও অসমত বিজেপি চৰকাৰ। আজি গুৱাহাটীত সংবাদমেল সম্বোধন কৰি এই দাবী কৰে বি.জে.পি ৰ ৰাষ্ট্ৰীয় সাধাৰন সম্পাদক ৰাম মাধৱে। লগতে বংগৰ পৰা মমতা বেনাৰ্জীক উত্খাত কৰাৰো হুংকাৰ ৰাম মাধৱৰ। তেওঁৰ দাবী, বি.জে.পি চৰকাৰে ৪ বছৰৰ শাসনত ৰাজ্যখনৰ বাবে কৰা কামৰ ভিত্তিত অসমৰ জনসাধৰনে পুনৰ এবাৰ জয়যুক্ত কৰিব দলটিক। লগতে প্ৰত্যক্ষ্য বিদেশী বিনিয়োগ অন্য দেশৰ তুলনাত বৃদ্ধি হোৱা বুলিও দাবী কৰে ৰাম মাধৱে।