২২ নৱেম্বৰত পুনৰ SI পৰীক্ষা November 16, 2020 Uncategorized তদন্তৰ মাজতেই পুনৰ অনুষ্ঠিত হ’ব SI পৰীক্ষা । ২২ নৱেম্বৰত দিনৰ ১২ বজাৰ পৰা ২ বজালৈ অনুষ্ঠিত হ’ব পৰীক্ষা । পূৰ্বে ২০ ছেপ্তেম্বৰত অনুষ্ঠিত হৈছিল SI পৰীক্ষা । ইতিমধ্যে সোমবাৰৰ পৰা উপলব্ধ হৈছে এডমিড কাৰ্ড। প্ৰাৰ্থী য়ে slprbassam.in ৱেৱচাইড যোগে সংগ্ৰহ কৰিব পাৰিব এডমিড কাৰ্ড । Related Posts বাতিল নহয় বিহুৰ পাঠ্যক্ৰম।পাঠ্যক্ৰমত থাকিব স্বদেশ অধ্যয়নো বাতিল নহয় বিহুৰ পাঠ্যক্ৰম।পাঠ্যক্ৰমত থাকিব স্বদেশ অধ্যয়নো।শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাইৰ মন্তব্য।আছু-শিক্ষা সংসদৰ সম্পূৰ্ণ হ'ল… শুকুৰবাৰে অসমত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে কোৰোনাই শুকুৰবাৰে অসমত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে কোৰোনাই।শুকুৰবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈছে ১১৬৭ গৰাকী লোক।কামৰূপ মেট্ৰতে… ৰাজ্যৰ ভুৱা এনকাউন্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য লাগে গুৱাহাটী উচ্ছ ন্যায়ালয়ক। গুৱাহাটী উচ্ছ ন্যায়ালয়ে ৰাজ্যৰ শেহতীয়াকৈ সংঘটিত হোৱা ভুৱা এনকাউন্টাৰ সন্দৰ্ভত বিতং তথ্য় বিছাৰিছে।সঘনাই ঘটি থকা…
বাতিল নহয় বিহুৰ পাঠ্যক্ৰম।পাঠ্যক্ৰমত থাকিব স্বদেশ অধ্যয়নো বাতিল নহয় বিহুৰ পাঠ্যক্ৰম।পাঠ্যক্ৰমত থাকিব স্বদেশ অধ্যয়নো।শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাইৰ মন্তব্য।আছু-শিক্ষা সংসদৰ সম্পূৰ্ণ হ'ল…
শুকুৰবাৰে অসমত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে কোৰোনাই শুকুৰবাৰে অসমত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে কোৰোনাই।শুকুৰবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈছে ১১৬৭ গৰাকী লোক।কামৰূপ মেট্ৰতে…
ৰাজ্যৰ ভুৱা এনকাউন্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য লাগে গুৱাহাটী উচ্ছ ন্যায়ালয়ক। গুৱাহাটী উচ্ছ ন্যায়ালয়ে ৰাজ্যৰ শেহতীয়াকৈ সংঘটিত হোৱা ভুৱা এনকাউন্টাৰ সন্দৰ্ভত বিতং তথ্য় বিছাৰিছে।সঘনাই ঘটি থকা…