Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
২৭ মিনিটত সাতুৰি পাৰ হ’ল ব্ৰহ্মপুত্ৰ নদী
উত্তৰ গুৱাহাটীৰ যুৱ সাতোৰবিদ কমল কৃষ্ণ দাসে ২৭ মিনিটত সাতুৰি পাৰ হ’ল ব্ৰহ্মপুত্ৰ নদী। উল্লেখযোগ্য যে গুৱাহাটীৰ খাৰঘূলিৰ পৰা উত্তৰ গুৱাহাটীলৈ সাতোৰত তেওঁ সময় লয় মাত্ৰ ২৭ মিনিট । ব্ৰহ্মপুত্ৰত মাতৃ আৰু খুৰীয়েকক ডুব যোৱাৰ পৰা জীৱন ৰক্ষা কৰা বাবে ৫ ছেপ্তেম্বৰত তেওঁক ৰাষ্ট্ৰপতি ৰামনাথ কোভিন্দে ৰাষ্ট্ৰীয় সাহসীকতাৰ বঁটা প্ৰদান কৰিছিল।