skip to Main Content

২ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-আফ্ৰিকাৰ ক্ৰিকেট খেল

২ অক্টোবৰ তাৰিখে ভাৰত আৰু আফ্ৰিকাৰ মাজত দ্বিতীয়খন টি-২০ খেল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব খেলখন। মুঠ ৪৫,৫০০ দৰ্শকে একেলগে খেলখন উপভোগ কৰিব পাৰিব বুলি অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা জানিবলৈ দিয়ে।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published.

Back To Top