২ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-আফ্ৰিকাৰ ক্ৰিকেট খেল August 4, 2022 News Network Assam, Sport 0 Comments ২ অক্টোবৰ তাৰিখে ভাৰত আৰু আফ্ৰিকাৰ মাজত দ্বিতীয়খন টি-২০ খেল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব খেলখন। মুঠ ৪৫,৫০০ দৰ্শকে একেলগে খেলখন উপভোগ কৰিব পাৰিব বুলি অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা জানিবলৈ দিয়ে। Share This Tweet Share Share Email News Network Related Posts With immense gratitude, Hima Das presents Assam’s traditional gamcha to PM Modi Hima Das presented Assam's traditional gamcha to the Prime Minister Narendra Modi during an interaction… বাৰ্মিংহামত পুনৰ উৰিল ভাৰতীয় পতাকা কমনৱেলথ গেমছত ভাৰতৰ পুনৰ জয়লাভ। বেডমিণ্টন খেলত ভাৰতীয় খেলুৱৈ 'লক্ষ্য সেন'ৰ স্বৰ্ণপদক লাভ। ইয়াৰ লগে… কমনৱেলথত ভাৰত কমনৱেলথ গেমছত বৰ্তমানলৈ বিশ্বৰ ভিতৰত পঞ্চম স্থান দখল ভাৰতৰ। মুঠ ৪০ টা পদক অৰ্জন ভাৰতৰ।… This Post Has 0 Comments Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Name * Email * Website Comment * Δ
With immense gratitude, Hima Das presents Assam’s traditional gamcha to PM Modi Hima Das presented Assam's traditional gamcha to the Prime Minister Narendra Modi during an interaction…
বাৰ্মিংহামত পুনৰ উৰিল ভাৰতীয় পতাকা কমনৱেলথ গেমছত ভাৰতৰ পুনৰ জয়লাভ। বেডমিণ্টন খেলত ভাৰতীয় খেলুৱৈ 'লক্ষ্য সেন'ৰ স্বৰ্ণপদক লাভ। ইয়াৰ লগে…
কমনৱেলথত ভাৰত কমনৱেলথ গেমছত বৰ্তমানলৈ বিশ্বৰ ভিতৰত পঞ্চম স্থান দখল ভাৰতৰ। মুঠ ৪০ টা পদক অৰ্জন ভাৰতৰ।…
This Post Has 0 Comments