Two people were severely injured after a one-horned rhinoceros attacked them in Mohima Gaon, Golaghat…
৩০ ডিচেম্বৰৰ পৰা গুৱাহাটী গ্ৰন্থমেলা
৩৩ তম গুৱাহাটী গ্ৰন্থমেলা অহা ৩০ ডিচেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব। প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনায় যে সম্পূৰ্ণ কডিড প্ৰটকলৰ মাজেৰে এইবাৰ গ্ৰন্থমেলা অনুষ্ঠিত হ’ব। প্ৰকাশন তথা গ্ৰন্থ বিপনীসমূহে যোগদানৰ বাবে অহা ১ ডিচেম্বৰৰ পৰা প্ৰ পত্ৰ সংগ্ৰহ কৰিব পাৰিব।