skip to Main Content

৩ কোটি ভাৰতীয়ক বিনামূলীয়া ভেকচিন


শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে টুইটযোগে কয় যে, প্ৰথম পৰ্যায়ত ৩ কোটি ভাৰতীয়ক বিনামূলীয়াকৈ ক’ভিড ভেকচিন দিয়া হ’ব। আৰু এই ৩ কোটিত অন্তৰ্ভুক্ত থাকিব কোৰোনা সংক্ৰমণৰ বিৰুদ্ধে আগৰ শাৰীত থিয় হৈ যুঁজ দিয়া সকল। সেই সকলৰ ভিতৰত আছে ১ কোটি স্বাস্থ্যকৰ্মী আৰু ২ কোটি ফ্ৰন্টলাইন ৱ’ৰ্কাৰ্ছ।

Back To Top