skip to Main Content

৪০০০ ৰাণেৰে ৰোহিত শৰ্মাৰ অভিলেখ


১৩ সংখ্যক আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাই ২০০ খন মেচ খেলাৰ লগতে ৪০০০ ৰাণৰো অভিলেখ সৃষ্টি কৰিছে। ২০০ খন মেচ খেলাৰ প্ৰথম অভিলেখ মহেন্দ্ৰ সিং ধোনীয়ে কৰাৰ পিছতেই ৰোহিত শৰ্মাইও এই অভিলেখ সৃষ্টি কৰিলে।

Back To Top