skip to Main Content

ৰঙৰ উৎসৱত আৰক্ষীৰ তৎপৰতা

এন. এন. ব্যুৰো, ৯ মাৰ্চঃ আজি ৰঙৰ উৎসৱ ফাকুৱাৰ দিনাই বিশেষ তৎপৰ ৰুপত দেখা গল মহানগৰ আৰক্ষীৰ যান বাহন শাখাক ।যানবাহন শাখাৰ আৰক্ষীয়ে সশস্ত্ৰ আৰক্ষীৰ সহযোগত আজি গুৱাহাটীৰ বিভিন্ন পথত ব্যাপক তালাচী চলায় । অৱশ্যে এই তালাচী ৰুটিনমাফিক নে কিবা বিশেষ উদ্দেশ্যনিৰ্ভৰ সেয়া জানিব পৰা হোৱা নাই ।

Back To Top