skip to Main Content

ৰবীন্দ্ৰ ভৱনত ৭ম পূৰ্ববংগ নাট সমাৰোহ

গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সপ্তম পূৰ্ববংগ নাট সমাৰোহ। সুমবাৰৰপৰা ১৩,১৪ আৰু ১৫ তাৰিখে ৩দিনীয়াকৈ অনুষ্ঠিত কৰা হয় এই নাট সমাৰোহ। নাট্যসমাৰোহৰ লগত সংগতি ৰাখি পৰিৱেশন কৰা হয় বাউল গীত। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকায়ৰ সহযোগত অনুষ্ঠিত কৰা হয় এই নাট সমাৰোহ।

Back To Top