skip to Main Content

ৰমানন্দ ৰাজবংশীৰ অগপত যোগদান


অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে অগপত যোগদান কৰে। অগপৰ সভাপতি অতুল বৰাৰ লগতে কেশৱ মহন্ত আৰু ফণী ভূষণ চৌধুৰীয়ে ৰাজবংশীক ৰাজনীতিলৈ স্বাগতম জনায়। যোগদানৰ সময়ত ৰাজবংশীয়ে অসম আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণৰ কথা দোহাৰে।

Back To Top