skip to Main Content

ৰমেন্দ্ৰ নাৰায়ণ কলিতাক মন্ত্ৰীত্ব প্ৰদানৰ দাবী ।


পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক মন্ত্ৰীত্ব প্ৰদানৰ দাবী তুলিছে অগপই । অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা আৰু পশ্চিম গুৱাহাটী সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰীয়ে কয় যে অগপৰ জন্মলগ্নৰে পৰা দল তথা জাতীয়তাবাদী ভাৱধাৰা অব্যাহত ৰাখিছে । বিগত সময়ছোৱাত কোনো কেলেংকাৰী নথকা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক অনাগত মন্ত্ৰীসভাত স্থান দিয়াটো উচিত বুলি অগপৰ তৃণমূল কৰ্মীসকলে দাবী কৰিছে ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top