skip to Main Content

ৰাইজৰ দল, জাতীয় পৰিষদৰ বাবে মহাজোঁটৰ ক্ষতি হ’ল – জিতেন্দ্ৰ সিং ।


বিজেপি নেতৃত্বধীন মিত্ৰজোঁটৰ হাতত ধাৰাশয়ী হোৱাৰ পাছত কংগ্ৰেছ নেতৃত্বধীন মহাজোঁট বিৰোধীত বহিয়ে ৰাইজৰ সেৱা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি দিছে । আজি কংগ্ৰেছৰ নেতৃত্বL অংশীদাৰ দলকেইটাই গুৱাহাটীত যুটীয়াভাৱে এখন সংবাদমেল অনুষ্ঠিত কৰে আৰু বিৰোধী দল হিচাপে ৰাইজক সেৱা আগবঢ়াই যাব বুলি কয় । প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে কয় যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ বাবে এই নিৰ্বাচনটোত কংগ্ৰেছৰ ক্ষতি হৈছে । সমান্তৰালকৈ এই নতুন দল দুটাৰ পৰা বিজেপি লাভাৱান্বিত হোৱা বুলি দাবী কৰে ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top