skip to Main Content

ৰাইজৰ ৰোষত পৰিল সাংসদ প্ৰদ্যুত বৰদলৈ!

এইবাৰ ৰাইজৰ ৰোষত পৰিল সাংসদ প্ৰদ্যুত বৰদলৈ। লংকাৰ কাকীত উচ্ছেদিত পৰিয়ালৰ খবৰ ল’বলৈ উপস্থিত হৈছিল সংসদগৰাকী। খবৰ নহয় , ৰাজনীতিহে কৰিবলৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। প্ৰদ্যুত বৰদলৈ মূর্দাবাদ,প্ৰদ্যুত বৰদলৈ গ’ বেক ধ্বনিৰে উত্তাল পৰিৱেশ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top