skip to Main Content

ৰাজস্হানত নিষিদ্ধ আতচবাজী

ৰাজস্হানৰ মুখ্য মন্ত্ৰী অশোক গেহলটে ঘোষণা কৰে যে দেৱালীত ৰাজস্হানত নিষিদ্ধ হ’ব আতচবাজী। লগতে ফটকাটো জাৰি কৰিছে নিষেধাজ্ঞা । যদিও দেৱালী ৰাজস্হানৰ প্ৰধান উৎসৱ তথাপি সাম্প্ৰতিক পৰিস্হিতিৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি চৰকাৰে প্ৰকাশ কৰে।

Back To Top