Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
ৰাজীৱ পৰাশৰৰ হাতত ২৭ খন এডমিট কাৰ্ড
গুৱাহাটী দুৰ্নীতি নিবাৰক শাখাই ৰাজীৱ পৰাশৰ নামৰ দালালজনৰ মোবাইল ফোনৰ পৰা বিভিন্ন বিভাগৰ নিযুক্তি পৰীক্ষাৰ ২৭ খন প্ৰৱেশ পত্ৰ উদ্ধাৰ কৰে। শুকুৰবাৰে ৰাতি দুৰ্নীতি নিবাৰক শাখাই ৰাজীৱ পৰাশৰক গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ পৰা আটক কৰাৰ পিছতেই এই ঘটনা পোহৰলৈ আহে। আৰক্ষীয়ে সোমবাৰৰ পৰা তেওঁৰ বেংক একাউন্টসমূহ অনুসন্ধান কৰিব।