skip to Main Content

ৰাজ্যিক চিৰিয়াখানা বিক্ৰী কৰিবলৈ সাজু সৰ্বা চৰকাৰ

উত্তৰ-পূবৰ বৃহৎ চিৰিয়াখানা অসম ৰাজ্যিক চিৰিয়াখানা বিক্ৰী কৰাৰ অভিযোগ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ ।সংবাদমেলৰ জৰিয়তে এই বিস্ফোৰক তথ্য মঞ্চৰ |১৪ আগষ্টত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সম্পন্ন হৈছিল বিক্ৰী চুক্তি |১৯ অক্টোবৰৰ পৰা চিৰিয়াখানা বচাও আন্দোলন |টেণ্ড হাউচ থকা পাঞ্জাৱী লোকক বিক্ৰী কৰা হৈছে চিৰিয়াখানাখন |২০১৭ৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ অভিযোগ।পৰিকল্পিতভাৱে চিৰিয়াখানা ধ্বংস কৰাৰ অভিযোগ |জন্তুৰ চিকিৎসালয় ২০১৭ত বন্ধ কৰি দিয়া হৈছিল |জন্তুৰ খাদ্য কমাই যোগান ধৰাৰ অভিযোগ |চাৰিবেৰ নথকা বাবে ৮০০ হৰিণ সন্ধানহীন |উচ্চ ন্যায়ালয়ত মঞ্চই তৰিব গোচৰ |ডিএফঅ’ টেজাজ মৰিস্বামীৰ উদ্যোগত চলিছে এই ধ্বংস যজ্ঞ |মৰিস্বামীৰ দিনত তিনি বছৰত ১২ শ বন্যপ্ৰাণী মৃত্যুৰ অভিযোগ |

Back To Top