A criminal has succumbed to his injuries after facing the heat of angry locals at…
ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
কাজিৰঙাক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেট বৈঠকত। কাজিৰঙাত ৭টা ইক’ ছেনজিটিভ জ’ন গঠনৰ সিদ্ধান্ত। ১১টা অঞ্চল ৰিজাৰ্ভ ফৰেষ্ট হিচাপে থাকিব। ৯টা এনিমেল কৰিড’ৰ বেদখলমুক্ত কৰা হৈছে। আনহাতে, নগাঁও আৰু কাছাৰ কাগজ কলক লৈও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।কাগজ কল দুটা ক্ৰয় কৰিবলৈ কেবিনেটত ধনৰ অনুমোদন। ৩৭৫ কোটি টকাৰে কাগজ কল দুটা ক্ৰয় কৰিব ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগে। তিনি–চাৰিমাহৰ ভিতৰত বকেয়া পাব কৰ্মচাৰীসকলে। সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্ত সদৰি কৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই।