skip to Main Content

ৰাজ্য চৰকাৰৰ নতুন SOP সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ।


নতুন SOPক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা । সান্ধ্য আইনৰ ক্ষেত্ৰত সালসলনি কৰা হ’ব সময়সূচী । বুধবাৰৰ পৰা সন্ধ্যা ৮বজাৰ পৰিৱৰ্তে ৬বজাৰ পৰা বলৱৎ কৰা হ’ব সান্ধ্য আইন । আবেলি ২বজালৈকেহে খোলা থাকিব ব্যৱসায়-প্ৰতিস্থান । মুকলি ঠাইত সভা-সমিতি পতাত জাৰি কৰিছে নিষেধাজ্ঞা । সকলো ৰাইজক নতুন SOP খনৰ নিৰ্দেশনাক সহযোগিতা কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top