skip to Main Content

ৰান্ধনী সন্থাৰ সংবাদমেল

এন.এন ব্যুৰো, ১৮ মাৰ্চঃ সদৌ অসম ৰান্ধনী সন্থাই আজি গুৱাহাটীস্থ দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলখনত অন্যান্যসকলৰ লগতে সন্থাৰ উপদেষ্টা কৃষ্ণা নাথ আৰু দুৰ্নীতিবিৰোধী যুব শক্তিৰ সভাপতি ধৰ্মকান্ত গগৈও উপস্থিত থাকে। তেওঁলোকে উক্ত সংবাদমেলত বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ লগতে এই সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দিয়াৰ বিষয়েও সদৰি কৰে।

Back To Top