Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
ৰাষ্ট্ৰীয় জলবঁটা প্ৰদান অনুষ্ঠান
কেন্দ্ৰীয় চৰকাৰে দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা ৰাষ্ট্ৰীয় জলবঁটা প্ৰদান অনুষ্ঠান ১১ আৰু ১২ নৱেম্বৰত দিল্লীত অনুষ্ঠিত হ’ব। এই বছৰৰ বাবে জলবঁটা শিতানত ১৬ টা শাখাত ৯৮ জন ব্যক্তি আৰু প্ৰতিস্হানক পুৰস্কৃত কৰিব। উল্লেখযোগ্য যে পানী সংৰক্ষণৰ বাবে বিভিন্ন প্ৰতিষ্ঠানক উৎসাহ যোগোৱাৰ উদ্দেশ্য এই বঁটা প্ৰদান কৰা হয়।