Assam man beheaded a 55-year-old and then, walked for 25 km in the dead of…
ৰিপাব্লিক টিভিলৈ অভিযোগ
টেলিভিচনৰ দৰ্শকৰ ৰেটিং সন্থা BARC য়ে ৰিপাব্লিক টিভিয়ে ব্যক্তিগত যোগাযোগৰ ভুল প্ৰদৰ্শন আৰু চলি থকা ৰেটিং অনুসন্ধানত মন্তব্য সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছে।
BARC ৰ যোগাযোগ কৰ্তৃপক্ষই কয় যে TRP সন্দৰ্ভত চলি থকা অনুসন্ধানত তেওঁলোকে আইন প্ৰৱৰ্তন সন্থাক পূৰ্ণ সহযোগীতা আগবঢ়াব। ৰিপাব্লিক টিভিৰ বৰ্তমানৰ কাম কাজ তথা ভুল উপস্হাপন তেওঁলোকৰ গ্ৰহণযোগ্য নহয়। তেওঁলোকে আশা কৰে যে ৰিপাব্লিক টিভিয়ে যেন এনে কাৰ্য পুনৰাবৃত্তি নকৰে।