skip to Main Content

ৰিপুণ বৰাক পদত্যাগ উঠাই ল’বলৈ আহ্বান দলীয় সতীৰ্থৰ ।


ৰিপুণ বৰাক পদত্যাগ উঠাই ল’বলৈ আহ্বান জনালে দলীয় সতীৰ্থৰ লগতে জিতেন্দ্ৰ সিঙে । নতুন চৰকাৰক শুভেচ্ছা কংগ্ৰেছ নেতৃত্বৰ । হোটেল গেটৱেৰ সংবাদমেলত পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰিলে কংগ্ৰেছ নেতৃত্বই । অজাপ আৰু ৰাইজৰ দলৰ ভূমিকাই বিজেপিক লাভাৱান্বিত কৰিলে বুলি মন্তব্য জিতেন্দ্ৰ সিঙৰ ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top